അർത്ഥം : কোনো বিষয়ত কোনো মতবিৰোধ হোৱাৰ কাৰণে বিৰোধ বা অসন্তোষ ভাব দেখুৱাৰ কাৰণে কৰা ত্যাগ
ഉദാഹരണം :
গান্ধীজীয়ে বিদেশী বস্তুৰ বহিষ্কাৰ কৰিছিল
പര്യായപദങ്ങൾ : বহিষ্কৰণ
അർത്ഥം : বাহিৰ কৰা বা উলিয়াই পঠোৱা ক্রিয়া
ഉദാഹരണം :
অন্য জাতিৰ ছোৱালী বিয়া কৰোৱাৰ কাৰণে সমাজৰ পৰা ৰামুক বহিষ্কাৰ কৰা হʼল