അർത്ഥം : ঘাঁহ-খেৰ আদিৰে সজা সৰু ঘৰ
ഉദാഹരണം :
ৰামে গাঁৱৰ বাহিৰত থাকিবৰ কাৰণে এটা পঁ্জা সাজিলে
പര്യായപദങ്ങൾ : কুটীৰ, খুপৰি, খেৰীঘৰ, জুপুৰী, টোকোৰা পঁ্জা, পঁ্জা, পর্ণকুটীৰ, ্পর্ণ্্শালা
അർത്ഥം : সহজে ওলাই যাব নোৱাৰাকৈ মন আদিত ভালদৰে স্থিতি লোৱা কার্য
ഉദാഹരണം :
সম্ৰাটৰ কথাত এনে বিশ্বাস জন্মিল যে কিছুমান ৰজাই বিনাযুদ্ধে তেওঁৰ বশ্যতা স্বীকাৰ কৰি লʼলে
പര്യായപദങ്ങൾ : জন্মা
അർത്ഥം : ভৰিক নির্ভৰ নকৰাকৈ আৰাম কৰা এক স্থিতি:আলহীসকল চʼৰাঘৰত বহিছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : আসন গ্রহণ কৰা, আসন লোৱা, উপবেশন কৰা, বহি থকা
അർത്ഥം : নি্র্বাচন আদিত প্রার্থী প্রতিদ্বন্দিতাৰ পৰা আঁতৰি থকা
ഉദാഹരണം :
নি্র্দলীয় প্রার্থী ঝুমুকলালদেৱ বহিল