അർത്ഥം : ধন লৈ সম্ভোগ কৰোৱা নাৰী
ഉദാഹരണം :
কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়
പര്യായപദങ്ങൾ : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটিনী, নটী, নষ্টা, নাগৰী, নাটেশৰী, পতিতা, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ব্যভিচাৰিণী, ভ্রষ্টা, মাগী, স্বৈৰিণী, ৰক্ষিতা, ৰাজহী, ৰাণ্ডী, ৰেণ্ডী
അർത്ഥം : যি ব্যভিচাৰ কৰে বা অনেক পুৰুষৰ লগত অনুচিত ্সম্পর্ক ্ ৰাখে
ഉദാഹരണം :
ব্যভিচাৰিণী নাৰীয়ে সমাজত সন্মান নাপায়
പര്യായപദങ്ങൾ : চৰিত্রহীনা, নষ্টা, পতিতা, ব্যভিচাৰিণী, ভ্রষ্টা, স্বৈৰিণী, ৰাজহী