അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অপৰাধী, শত্রু আদি ধৰা কার্য
ഉദാഹരണം : পুলিচে স্পর্শ্্কাতৰ এলেকাৰ অপৰাধীবোৰক বন্দী কৰিবলৈ আৰম্ভ কৰিছে
പര്യായപദങ്ങൾ : কয়দ
അർത്ഥം : যিজন ব্যক্তিক বলপূর্বক্্ভাৱে কোনোৱে ৰাখি থৈছে
ഉദാഹരണം : পুলিচে দুজন বন্দীলোকক উগ্রপন্থীৰ হাতৰ পৰা মুক্ত কৰিলে
അർത്ഥം : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
ഉദാഹരണം : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
പര്യായപദങ്ങൾ : কাৰাবাস, কয়েদ
അർത്ഥം : যাক জেলত ৰখা হৈছে বা জেলৰ শাস্তি বিহা হৈছে
ഉദാഹരണം : এজন কয়দী জেলৰ পৰা পলাল
പര്യായപദങ്ങൾ : কাৰাবাসী, কয়দী
ഇൻസ്റ്റാൾ ചെയ്യുക