അർത്ഥം : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা
ഉദാഹരണം :
বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে
പര്യായപദങ്ങൾ : নিযুক্ত কৰা
അർത്ഥം : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা
ഉദാഹരണം :
কুমাৰে কলহ নি্র্মাণ কৰে
പര്യായപദങ്ങൾ : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা
അർത്ഥം : কোনো ৰূপলৈ অনা
ഉദാഹരണം :
তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে