അർത്ഥം : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য
ഉദാഹരണം :
তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে
പര്യായപദങ്ങൾ : আহাৰ যোগান
അർത്ഥം : গণনা বা জোখ-মাপত অধিক হোৱা
ഉദാഹരണം :
দুজন মানুহৰ কাৰণে আহাৰ বাঢ়িব
പര്യായപദങ്ങൾ : অধিক হোৱা
അർത്ഥം : থালী বা পাতত আহাৰ দিয়া কার্য
ഉദാഹരണം :
মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
പര്യായപദങ്ങൾ : পৰিৱেশন কৰা, বিলোৱা
അർത്ഥം : বর্ধন ্ কার্য
ഉദാഹരണം :
বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে
പര്യായപദങ്ങൾ : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা
അർത്ഥം : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা
ഉദാഹരണം :
উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে