അർത്ഥം : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা
ഉദാഹരണം :
সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল
പര്യായപദങ്ങൾ : ৰোৱা
അർത്ഥം : বহুত বস্তৰ মাজৰ পৰা কিছুমান মনপচন্দৰ বস্তু বেলেগ কৰা
ഉദാഹരണം :
কাপোৰৰ দোকানৰ পৰা নিজৰ বাবে মই দহখন শাৰী পচন্দ কৰিলো
പര്യായപദങ്ങൾ : পচন্দ কৰা
അർത്ഥം : শস্যত থকা কুটা বা ভুচি আদি পৃথক কৰা কার্য
ഉദാഹരണം :
মায়ে চাউল বাচি আছে