പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বচন എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বচন   বিশেষ্য

അർത്ഥം : নাটক আদিৰ চৰিত্রৰ মুখত দিয়া কথা:জয়শংকৰ প্রসাদৰ প্রায়বোৰ নাটকৰ সংলাপেই ৰসিকতাৰে ভৰা

ഉദാഹരണം :

പര്യായപദങ്ങൾ : কথোপকথন, ডায়লগ, সংলাপ

അർത്ഥം : কোৱা কথা

ഉദാഹരണം : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

പര്യായപദങ്ങൾ : উক্তি, কথন, কোৱা, জবান, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

അർത്ഥം : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য

ഉദാഹരണം : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে

പര്യായപദങ്ങൾ : কথা, জবান

അർത്ഥം : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

ഉദാഹരണം : আনৰ ভাল লগা কথাহে কোৱা উচিত

പര്യായപദങ്ങൾ : কথা, বাণী

അർത്ഥം : কিবা কোৱা কার্য

ഉദാഹരണം : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল

പര്യായപദങ്ങൾ : কথন, কথা, বাক, বাচ্য