അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজন ব্যক্তিৰ বৰণ বগা
ഉദാഹരണം : সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি
അർത്ഥം : যিটো ৰং উজ্জ্বল বা কʼলা ৰঙৰ বিপৰীত ..???
ഉദാഹരണം : হালধীয়া ৰঙৰ খাদ্যখিনিত বগা ৰং দিয়া
പര്യായപദങ്ങൾ : শুকুলা, শুক্ল, শ্বেত
അർത്ഥം : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়
ഉദാഹരണം : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়
പര്യായപദങ്ങൾ : চূণ, চূণ-শিল
അർത്ഥം : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
ഉദാഹരണം : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
പര്യായപദങ്ങൾ : চাদা
അർത്ഥം : চফা ৰঙৰ বা শ্বেত বর্ণৰ
ഉദാഹരണം : বেছিভাগ লোকেই বগা বোৱাৰী পছন্দ কৰে
പര്യായപദങ്ങൾ : শ্বেত, শ্বেতাংগ
ഇൻസ്റ്റാൾ ചെയ്യുക