അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : কুল, গোত্র, জাত, জাত-কুল, জাতি, বর্ণ, সম্প্রদায়, ্ জাত-পাত
അർത്ഥം : একেজন পূর্বপুৰুষৰ পৰা সৃষ্টি হোৱা ব্যক্তিৰ সমষ্টি বা বর্গ
ഉദാഹരണം : উচ্চ বংশত জন্মগ্রহণ কৰিলেই কোনো উচ্চ হৈ নাযায়
പര്യായപദങ്ങൾ : কুল, বংশ-কুল
അർത്ഥം : গা-গছৰ মাজে মাজে গাঁঠি আৰু পাব থকা এবিধ দীঘলীয়া, পোন উদ্ভিদ যি ঘৰৰ চালি, পাচি আদি বনোৱা কামত ব্যৱহাৰ হয়
ഉദാഹരണം : তেওঁ নিজৰ বাগিচাত বাঁহগছ ৰুইছে
പര്യായപദങ്ങൾ : বাঁস, বাঁহ, বাঁহগছ
ഇൻസ്റ്റാൾ ചെയ്യുക