അർത്ഥം : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
ഉദാഹരണം :
ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
പര്യായപദങ്ങൾ : অভিযোগকাৰী, গুচৰীয়া
അർത്ഥം : অভিযোগ লগোৱা কার্য
ഉദാഹരണം :
তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
പര്യായപദങ്ങൾ : গুচৰীয়া
അർത്ഥം : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে
ഉദാഹരണം :
দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে
പര്യായപദങ്ങൾ : গুচৰীয়া
അർത്ഥം : প্রার্থ্্না বা আবেদন কৰোঁতা
ഉദാഹരണം :
আজি প্রার্থী ্কর্ম্্চাৰীসকলৰ আবেদন-পত্রৰ বিচাৰ কৰা হʼব
പര്യായപദങ്ങൾ : নিবেদক, প্রার্থী, প্রার্থ্্না কর্তা