പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ফৰমান എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ফৰমান   বিশেষ্য

അർത്ഥം : কোনো কাম, ব্যৱস্থা আদিৰ সম্পর্কে ্ৰাজ্যৰ দ্বাৰা দিয়া বা উলিওৱা আধিকাৰিক আদেশ

ഉദാഹരണം : আয়কৰ বিভাগে একত্রিশ মার্চলৈকে কৰ জমা দিয়াৰ অধ্যাদেশ জাৰি কৰিছে

പര്യായപദങ്ങൾ : অধ্যাদেশ

അർത്ഥം : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য

ഉദാഹരണം : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল

പര്യായപദങ്ങൾ : অনুজ্ঞা, আজ্ঞা, আদেশ, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, হুকুম

അർത്ഥം : যি পত্রৰ দ্বাৰা কাৰোবাক কোনো আজ্ঞা বা আদেশ দিয়া হয়

ഉദാഹരണം : আদালতৰ পৰা পোৱা আদেশ পত্র অনুসৰি আমি এই ঘৰটো এৰি যোৱা উচিত

പര്യായപദങ്ങൾ : আজ্ঞা পত্র, আদেশ পত্র, পৰোৱানা, হুকুমনামা