അർത്ഥം : কোনো বিস্ফোৰক বস্তু আদিক সক্রিয় কৰি দিয়া
ഉദാഹരണം :
দেৱালী উপলক্ষে ৰাইজে ফটকা ফুটায়
അർത്ഥം : কোনো বস্তুক জোঙা উপকৰণেৰে ভেদ কৰা কার্য
ഉദാഹരണം :
বাঢ়ৈয়ে মেজ সাজিবৰ কাৰণে কিছুমান কাঠ ফুটালে
പര്യായപദങ്ങൾ : ছেদ কৰা, বিন্ধা কৰা