പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ফাটি যোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ফাটি যোৱা   ক্ৰিয়া

അർത്ഥം : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়

ഉദാഹരണം : তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল

പര്യായപദങ്ങൾ : ফটা

അർത്ഥം : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা

ഉദാഹരണം : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়

പര്യായപദങ്ങൾ : আঁতৰি যোৱা, আঁ্তৰা, ফটা

അർത്ഥം : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য

ഉദാഹരണം : গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে

പര്യായപദങ്ങൾ : ফটা

അർത്ഥം : শুকাই যোৱা বা কোঁচখাই যোৱাৰ কাৰণে ফটা এক অৱস্থা

ഉദാഹരണം : জাৰকালি শৰীৰত তেল নলগালে ছাল ফাটি যায়

പര്യായപദങ്ങൾ : চিৰাচিৰ হোৱা

അർത്ഥം : শুকাই যোৱাৰ কাৰণে ফাটি যোৱা এক অৱস্থা

ഉദാഹരണം : খৰাং বতৰৰ কাৰণে মাটি ফাটি গʼল

പര്യായപദങ്ങൾ : চিৰাল ফটা দিয়া