അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এৰি চলিবৰ কাৰণে অজুহাত দেখুওৱা বা ইটো-সিটো কথা কৈ কাৰোবাক আঁতৰোৱা
ഉദാഹരണം : তেওঁ ্ মোৰ টকাখিনি পৰিশোধ নকৰি ফাকি-ফুকা কৰি আছে
പര്യായപദങ്ങൾ : এৰাই ফুৰা, পুলুকা মৰা, ফাকি-ফুকা, বাগি দিয়া
അർത്ഥം : যি সত্যৰ ওপৰত আধাৰিত নহয়
ഉദാഹരണം : সাক্ষীৰ মিছা জবানবন্দীত নি্র্দোষীজনৰ ্ ফাঁচী হʼল
പര്യായപദങ്ങൾ : অপ্রকৃত, অসত্য, আসৈ, ঝুট, ঝুঠা, মিছা, মিথ্যা
ഇൻസ്റ്റാൾ ചെയ്യുക