അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলঙা, মুকলি, মুকলি-হাকলি
അർത്ഥം : ঢাকি নৰখা বা আৱৰি নৰখা
ഉദാഹരണം : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
പര്യായപദങ്ങൾ : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলঙা, মুকলি, মুকলি-হাকলি
ഇൻസ്റ്റാൾ ചെയ്യുക