അർത്ഥം : ছপা কৰা যি কাগজত কিবা লিখাৰ বাবে কিছু অংশ খালি হৈ থাকে
ഉദാഹരണം :
মই নাম ভর্তিৰ প্রপত্র ভর্তি কৰি আছো
പര്യായപദങ്ങൾ : প্রপত্র
അർത്ഥം : ভাল কৰিব পৰা যোগ্যতা
ഉദാഹരണം :
বর্ত্্মান ভাৰতৰ কোনো খেলুৱৈ ফর্মত ্নাই
അർത്ഥം : (জীৱবিজ্ঞান) কোনো জাতিত জীৱবোৰৰ এক বর্গ যি সমান বর্গবোৰৰ পৰা সাধাৰণ ৰূপত অলপ বেলেগ হয়
ഉദാഹരണം :
সূক্ষ্মজীৱবোৰৰ এটা নতুন প্রকাৰৰ খবৰ পোৱা গৈছে
പര്യായപദങ്ങൾ : প্রকাৰ