പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ফটা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ফটা   বিশেষ্য

അർത്ഥം : কিছুমান সাপৰ শিৰ বহলাই গছৰ পাতৰ দৰে আকাৰ কৰা ৰূপ

ഉദാഹരണം : সাপডালে বীণৰ মাত শুনি তাৰ ফণা তুলি ইফালে-সিফালে ঘূৰিবলৈ ধৰিলে

പര്യായപദങ്ങൾ : চকৰ, ফণা, ফেঁট, ্ফেণা

ফটা   ক্ৰিয়া

അർത്ഥം : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়

ഉദാഹരണം : তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল

പര്യായപദങ്ങൾ : ফাটি যোৱা

അർത്ഥം : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা

ഉദാഹരണം : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়

പര്യായപദങ്ങൾ : আঁতৰি যোৱা, আঁ্তৰা, ফাটি যোৱা

അർത്ഥം : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য

ഉദാഹരണം : গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে

പര്യായപദങ്ങൾ : ফাটি যোৱা

ফটা   বিশেষণ

അർത്ഥം : কোনো বিক্রিয়াৰ কাৰণে এটা অৱস্থাৰ পৰা অন্য এক অৱস্থালৈ গতি কৰা

ഉദാഹരണം : মায়ে ফটা গাখীৰৰ পৰা মিঠাই বনাই আছে