പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পৰীক্ষা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পৰীক্ষা   বিশেষ্য

അർത്ഥം : কাৰোবাৰ যোগ্যতা বা জ্ঞান পৰীক্ষা কৰিবৰ কাৰণে তেওঁক প্রশ্ন ্ সোধা কার্য, ্ যাৰ ভিত্তিত ্ তেওঁক উত্তী্র্ণ ্ বা অনুত্তী্র্ণ ্ কৰা হয়

ഉദാഹരണം : ৰামে মেট্রিক পৰীক্ষা পাছ কৰিবৰ কাৰণে বহুত কষ্ট কৰিছে

അർത്ഥം : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ

ഉദാഹരണം : ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল

പര്യായപദങ്ങൾ : বিচাৰ

അർത്ഥം : শৰীৰত কোনো ৰোগ আছে নে নাই বা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা-চিতা কৰা ক্রিয়া

ഉദാഹരണം : এই ৰোগীজনৰ পৰীক্ষা এজন বহুত ডাঙৰ ডাক্তৰৰ দ্বাৰা কৰিবলগীয়া আছে

അർത്ഥം : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে শৰীৰৰ অংগ-প্রত্যঙ্গৰ পৰীক্ষা কৰা কার্য

ഉദാഹരണം : মই নিজৰ তেজ পৰীক্ষা কৰিবলগীয়া আছে

അർത്ഥം : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে

ഉദാഹരണം : গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে

പര്യായപദങ്ങൾ : নিৰূপণ, পৰখ, পৰীক্ষণ, পৰীক্ষা-নিৰীক্ষা