അർത്ഥം : যিয়ে দিয়াজনক পুনৰাই দিছে
ഉദാഹരണം :
ঘৰ সাজিবৰ কাৰণে মই যি ঋণ লৈছিলো সেইয়া এবছৰৰ ভিতৰতেই ঘূৰাই দিলোঁ
പര്യായപദങ്ങൾ : ঘূৰাই দিয়া
അർത്ഥം : মূল্য, দেনা আদিৰ পৰিশোধ কৰণ কার্য
ഉദാഹരണം :
বিদ্যুতৰ মাচুল পিছত পৰিশোধ কৰিব প্রথমে মোৰ ধাৰ পৰিশোধ কৰক