അർത്ഥം : কোনো সামগ্রীৰ উপযুক্ত স্থানত থোৱা ক্রম
ഉദാഹരണം :
কোঠাটোৰ সকলোবোৰ বস্তু পৰিপাটি কৈ ৰাখি থোৱা আছিল
പര്യായപദങ്ങൾ : আটোমটোকাৰি, চিজিল
അർത്ഥം : যিটোৰ ভালদৰে ব্যৱস্থা কৰা হৈছে
ഉദാഹരണം :
তেওঁ খেলিমেলি হৈ থকা বস্তুবোৰ পৰিপাটি কৰিলে
പര്യായപദങ്ങൾ : নিয়াৰি, সুবিন্যস্ত, সুশৃংখলিত