അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
ഉദാഹരണം : তেওঁ ্ পকা আম খাই আছে
പര്യായപദങ്ങൾ : পকা
അർത്ഥം : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
ഉദാഹരണം : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
പര്യായപദങ്ങൾ : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, বিচক্ষণ, সিদ্ধহস্ত
അർത്ഥം : পূর্ণ বিকশিত
ഉദാഹരണം : পৰিপক্ক মস্তিষ্কহে বিবেকৱান হʼব পাৰে
പര്യായപദങ്ങൾ : প্রৌঢ়
അർത്ഥം : অনুভৱ কৰিব পৰা বা যিয়ে কোনো কাম, বস্তু আদিৰ অনুভৱ কৰিব পাৰে
ഉദാഹരണം : এই কামটোৰ কাৰণে এজন অনুভবী ব্যক্তিৰ প্রয়োজন
പര്യായപദങ്ങൾ : অনুভবী
ഇൻസ്റ്റാൾ ചെയ്യുക