പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পৰা   বিশেষ্য

അർത്ഥം : পৰা কার্য

ഉദാഹരണം : ছাদৰ পৰা তেওঁ ্পৰা কোনেও নেদেখিলে

পৰা   ক্ৰিয়া

അർത്ഥം : দুখ, কষ্ট আদি ওলাই অহা

ഉദാഹരണം : তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল

അർത്ഥം : বেমাৰ হৈ বিছনাত পৰি থকা

ഉദാഹരണം : ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে

അർത്ഥം : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা

ഉദാഹരണം : ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে

അർത്ഥം : উৎপন্ন হোৱা

ഉദാഹരണം : আজি গাখীৰৰ ওপৰত মলাই পৰিল

അർത്ഥം : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা

ഉദാഹരണം : এই গাড়ীখনত কিমান দাম পৰিল

അർത്ഥം : মূল্য অৱনমিত হোৱা বা কমি অহা

ഉദാഹരണം : আজিকালি সোণৰ দাম নামিছে

പര്യായപദങ്ങൾ : কমা, নমা

അർത്ഥം : আৱশ্যকতা হোৱা

ഉദാഹരണം : আমি মাজত কথা কʼবলৈনো কি গৰজ পৰিছে

പര്യായപദങ്ങൾ : গৰজ পৰা

അർത്ഥം : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???

ഉദാഹരണം : তেওঁ ্ চাঁদৰ পৰা পৰিল ঘটিৰ গাখীৰখিনি বাগৰি পৰিল

പര്യായപദങ്ങൾ : (বাগৰি পৰা, লুটি খাই পৰা)

അർത്ഥം : প্রবিষ্ট হোৱা

ഉദാഹരണം : ঘিউখিনিত চৰাইটো পৰিল

അർത്ഥം : মাজত আহি যোৱা কার্য

ഉദാഹരണം : এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা

അർത്ഥം : অভ্যাসত পৰিণত হোৱা এক অৱস্থা

ഉദാഹരണം : তেওঁৰ মদ ্খোৱাৰ গতত পৰিল

അർത്ഥം : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা

ഉദാഹരണം : গছৰ তলত বহুত গুটি পৰি আছে

അർത്ഥം : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা

ഉദാഹരണം : তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে

പര്യായപദങ്ങൾ : পৰি থকা