അർത്ഥം : পৰম্পৰাবাদক মানি চলা ব্যক্তি
ഉദാഹരണം :
পৰম্পৰাবাদীসকলৰ সৈতে মোৰ কোনো মতবিৰোধ নাই
അർത്ഥം : পুৰণি ধ্যান-ধাৰণা মানি চলা ব্যক্তি
ഉദാഹരണം :
চহৰৰ তুলনাত গাঁৱত পৰম্পৰাবাদীৰ সংখ্যা অধিক
പര്യായപദങ്ങൾ : ৰুঢ়ীবাদী
അർത്ഥം : পৰম্পৰাবাদক মানি চলা
ഉദാഹരണം :
মই এটা পৰম্পৰাবাদী পৰিয়ালত ডাঙৰ-দীঘল হৈছোঁ