അർത്ഥം : অন্য কোনো জীৱৰ সহায়ত জীয়াই থকা বা আশ্রয় লৈ থকা জীৱৰ পৰাই নিজৰ আহাৰ গ্রহণ কৰা জীৱ বিশেষ
ഉദാഹരണം :
ৰঘূমলা এবিধ পৰজীৱী উদ্ভিদ
അർത്ഥം : আনৰ আশ্ৰয়ৰ ওপৰত অৱস্থিত
ഉദാഹരണം :
পৰজীৱী লতাডালত নানা ৰঙৰ ফুল ফুলিছে