പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള প্রয়োজন എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

প্রয়োজন   বিশেষ্য

അർത്ഥം : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

ഉദാഹരണം : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

പര്യായപദങ്ങൾ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, মতলব, লক্ষ্য, হেতু

അർത്ഥം : আৱশ্যক হোৱা অৱস্থা বা ভাব

ഉദാഹരണം : এই পদবীৰ কাৰণে দৰকাৰতকৈ বেছি আবেদন পত্র আহিছে এই কামটো কৰিবৰ কাৰণে মোক তোমাৰ প্রয়োজন নাই

പര്യായപദങ്ങൾ : আৱশ্যকতা, দৰকাৰ

প্রয়োজন   বিশেষণ

അർത്ഥം : যিহৰ প্রয়োজনীয়তা আছে

ഉദാഹരണം : তেওঁ ্ কোনো দৰকাৰী কামৰ বাবে চহৰলৈ গৈছে

പര്യായപദങ്ങൾ : আৱশ্যক, জৰুৰত, জৰুৰী, দৰকাৰী, ্দর্কাৰী