അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজন পুৰুষে প্রেম কৰে
ഉദാഹരണം : মীতাই প্রেমিকৰ লগত পলাই গʼল
പര്യായപദങ്ങൾ : দয়িত, প্রণয়াস্পদ, প্রেমপাত্র, প্রেমাস্পদ, প্রেমিক, প্রেমী, প্রেয়
അർത്ഥം : ৰুচিৰ অনুকূল বা ভাল লগা
ഉദാഹരണം : এইয়া মোৰ পচন্দৰ খাদ্য
പര്യായപദങ്ങൾ : পচন্দৰ, ভাল লগা-, মনঃপুত, মনপচন্দ, মনোমত, ৰুচিকৰ
അർത്ഥം : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
ഉദാഹരണം : এইখন মোৰ অতি প্রিয় গ্রন্থ
പര്യായപദങ്ങൾ : অভিৰুচি, পছন্দ, ভাল লগা, ৰুচি
ഇൻസ്റ്റാൾ ചെയ്യുക