അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : দীঘল আৰু বহল সমতল ভূমি
ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
പര്യായപദങ്ങൾ : ক্ষেত্র, পথাৰ, প্রাঙ্গণ, প্রাঙ্গন, ময়দান
അർത്ഥം : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
ഉദാഹരണം : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
പര്യായപദങ്ങൾ : দেশ, প্রদেশ, ৰাজ্য
അർത്ഥം : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ഉദാഹരണം : এই কাঁহীখনৰ কাণটো বৰ পাতল
പര്യായപദങ്ങൾ : কাণ, কাষ, কিনাৰ, মূৰ
ഇൻസ്റ്റാൾ ചെയ്യുക