അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সুৰক্ষাৰ কাৰণে চাৰিওফালে সাজি লোৱা দেৱাল
ഉദാഹരണം : সৈনিকে গড় ভাঙি কিল্লাটোত সোমাই পৰিল
പര്യായപദങ്ങൾ : কোঠ, গড়
അർത്ഥം : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়
ഉദാഹരണം : শিলেৰে বনোৱা বেৰ মজবুত হয়
പര്യായപദങ്ങൾ : দেৱাল, বেৰ, বেৰা, ৱাল
ഇൻസ്റ്റാൾ ചെയ്യുക