അർത്ഥം : চলনশীল বস্তু আদিয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ কাৰণে সাজু হোৱা
ഉദാഹരണം :
এই ৰেলগাড়ীখনে দহ বজাত বাৰাণসীলৈ প্রস্থান কৰিব
പര്യായപദങ്ങൾ : ৰাওনা হোৱা
അർത്ഥം : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য
ഉദാഹരണം :
মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব
പര്യായപദങ്ങൾ : গমন কৰা, যোৱা, ৰাওনা হোৱা