അർത്ഥം : কোনো কাম কৰাৰ কাৰণে কাৰোবাৰ সন্মুখত দাঙি ধৰা বিচাৰ
ഉദാഹരണം :
প্রধানমন্ত্রীয়ে পাকিস্তানৰ সন্মুখত শান্তিৰ প্রস্তাৱ ৰাখিছে
അർത്ഥം : বিবাহৰ বাবে কাৰোবাৰ আগত বা কাৰোবাৰ পৰিয়ালৰ আগত ৰখা প্রস্তাৱ
ഉദാഹരണം :
শ্যামৰ ডাঙৰ পুতেকৰ বাবে বহুতো প্রস্তাৱ আহিছে
പര്യായപദങ്ങൾ : বিবাহ প্রস্তাব