അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ভাৱ, মূল্য, মহত্ব আদিৰ সকলোতকৈ উচ্চ অৱস্থা
ഉദാഹരണം : তেওঁ আজিকালি নিজৰ সাফল্যৰ প্রসিদ্ধিত আছে
പര്യായപദങ്ങൾ : ্উৎকর্ষ, ্শ্রেষ্ঠতা
അർത്ഥം : খ্যাত হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
പര്യായപദങ്ങൾ : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রতিষ্ঠা, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
ഇൻസ്റ്റാൾ ചെയ്യുക