അർത്ഥം : কোনো বিষয় বা আলোচনা আদিৰ প্রচাৰ কৰা কার্য
ഉദാഹരണം :
বিজ্ঞাপন প্রসাৰণৰ সঠিক মাধ্যম
അർത്ഥം : দী্র্ঘ্্তা, প্রস্থতা আদি
ഉദാഹരണം :
হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতবর্ষৰ বিস্তৃতি
പര്യായപദങ്ങൾ : প্রসাৰ, পৰিকীর্ণ্্তা, পৰিব্যাপ্তি, বিসাৰ, বিস্তাৰ, বিস্তৃতি, বিয়পি থকা-, ব্যাপ্তি
അർത്ഥം : বিস্তাৰ কৰা বা বৃদ্ধি কৰা কার্য ্বা ভাব
ഉദാഹരണം :
বানপানীৰ প্রকোপৰ পৰা বাচিবৰ কাৰণে মথাউৰিৰ প্রসাৰণ ঘটোৱা উচিত