അർത്ഥം : শৃংগাৰ কৰা বা সজোৱা কার্য
ഉദാഹരണം :
কৃষ্ণৰ দ্বাৰা ৰাধাৰ প্রসাধনৰ পিছত কাব্যখনৰ পৰিসমাপ্তি ঘটে
അർത്ഥം : শৃংগাৰ বা সাজোন-কাচোনৰ সামগ্রী
ഉദാഹരണം :
বজাৰত দেশ-বিদেশৰ নানা তৰহৰ প্রসাধন সামগ্রী পোৱা যায়
പര്യായപദങ്ങൾ : প্রসাধন সামগ্রী