അർത്ഥം : এছিয়া আৰু আমেৰিকাৰ মাজত থকা এখন মহাসাগৰ
ഉദാഹരണം :
প্রশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰ
പര്യായപദങ്ങൾ : প্রশান্ত মহাসাগৰ
അർത്ഥം : যি উদ্বিগ্ন নহয়
ഉദാഹരണം :
মোহনৰ জীৱন নিৰুদ্বিগ্ন
പര്യായപദങ്ങൾ : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, শান্ত
അർത്ഥം : যাৰ চিত্ত স্থিৰ
ഉദാഹരണം :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
പര്യായപദങ്ങൾ : অচঞ্চল, অমত্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত