അർത്ഥം : যিটো কামত লাগে
ഉദാഹരണം :
এই কিতাপখন লʼৰা-ছোৱালীৰ কাৰণে বৰ উপযোগী
പര്യായപദങ്ങൾ : উপযোগী, প্রয়োজনসাধক, প্রয়োজনীয়, লাগতিয়াল
അർത്ഥം : যিটো কʼৰবাত আৰোপ বা লগোৱা হৈছে
ഉദാഹരണം :
বিদ্যালয়ৰ দ্বাৰা প্রযোজ্য নিয়ম সকলো ছাত্র-ছাত্রীয়ে মানিব লাগিব