അർത്ഥം : যেনেকৈ আশা বা প্রত্যাশা কৰা হৈছে
ഉദാഹരണം :
পৰীক্ষাত মই প্রত্যাশিত ফলাফল লাভ কৰিছোঁ
പര്യായപദങ്ങൾ : আশানুকূল, আশানুৰূপ, আশান্বিত, প্রত্যাশিত, মনে ভবা
അർത്ഥം : যেতিয়া কোনো বস্তু, কথা আদিৰ প্রতীক্ষা কৰা হয়
ഉദാഹരണം :
প্রতীক্ষিত ব্যক্তি এতিয়ালৈকে নাহিল
പര്യായപദങ്ങൾ : অপেক্ষিত