അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাক কোনো সমষ্টিৰ প্রতিনিধিৰ ৰূপত আৰু তাৰ সকলো কথাৰ সূচক বা প্রতিনিধি হিচাপে গণ্য কৰা হয়
ഉദാഹരണം : সকলো ৰাষ্ট্র, ৰাজ্য বা সংস্থাৰ নিজৰ বিশেষ ধৰণৰ প্রতীক থাকে
പര്യായപദങ്ങൾ : নিচান
അർത്ഥം : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়
ഉദാഹരണം : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন
പര്യായപദങ്ങൾ : চিন, চিহ্ন, নিচান, সংকেত
ഇൻസ്റ്റാൾ ചെയ്യുക