അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : স্থাপন বা প্রতিষ্ঠা কৰা কার্য
ഉദാഹരണം : চকত গান্ধীজীৰ মূর্তিক স্থাপন কৰা হʼল
പര്യായപദങ്ങൾ : স্থাপন
അർത്ഥം : খ্যাত হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
പര്യായപദങ്ങൾ : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
അർത്ഥം : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
ഉദാഹരണം : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
പര്യായപദങ്ങൾ : গঠন, স্থাপনা
ഇൻസ്റ്റാൾ ചെയ്യുക