അർത്ഥം : যি সকলোৰে সন্মুখত আছে বা সন্মুখলৈ আহিছে
ഉദാഹരണം :
কথাটো প্রকাশিত হৈছে যেতিয়া ভয় কৰিবলগীয়া কি আছে
പര്യായപദങ്ങൾ : আৱিভূত, প্রকাশিত, প্রস্ফূটিত
അർത്ഥം : যিটো প্রকট কৰা হৈছে বা যাৰ অভিব্যঞ্জনা হৈছে
ഉദാഹരണം :
প্রকাশিত ভাৱক লুকুওৱাৰ চেষ্টা কিয় কৰি আছা
പര്യായപദങ്ങൾ : অভিব্যঞ্জিত, প্রকাশিত, ব্যক্ত