പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পোৱালি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পোৱালি   বিশেষ্য

അർത്ഥം : কাৰোবাৰ পুত্র বা কন্যা

ഉദാഹരണം : মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য

പര്യായപദങ്ങൾ : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, বেটা-বেটী, লʼৰা-ছোৱালী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান

അർത്ഥം : কোনো পশুৰ সন্তান

ഉദാഹരണം : যিকোনো পশুৰেই পোৱালি বৰ ধুনীয়া হয়

പര്യായപദങ്ങൾ : শাৱক

അർത്ഥം : কোনো জীৱ-জন্তুৰ পোৱালি

ഉദാഹരണം : কুকুৰজনীয়ে নিজৰ পোৱালিকেইটাক গাখীৰ খুৱাই আছে

അർത്ഥം : ঘোঁৰাৰ মতা পোৱালি

ഉദാഹരണം : ঘোঁৰাজনীয়ে পোৱালিটোক চেলকি আছে

പര്യായപദങ്ങൾ : ঘোঁৰা পোৱালি

അർത്ഥം : ছাগলী বা ভেড়া ছাগলীৰ পোৱালি

ഉദാഹരണം : কালি ৰাতি শিয়ালে এটা ছাগলী পোৱালি লৈ গʼল

പര്യായപദങ്ങൾ : ছাগলী পোৱালি

അർത്ഥം : কুকুৰৰ পোৱালি

ഉദാഹരണം : কুকুৰজনীয়ে নিজৰ পোৱালিটোক গাখীৰ খুৱাই আছে

പര്യായപദങ്ങൾ : কুকুৰ-পোৱালি, পোৱালি কুকুৰ