അർത്ഥം : সম্বন্ধীয় ব্যক্তি আদিক নেদেখা ভাও জুৰি
ഉദാഹരണം :
তুমি আমাক নুসোধাকৈ পোনে-পোনে তেওঁৰ ্পৰা পইচা খুজি আনিলা!
അർത്ഥം : নুঘূৰাকৈ
ഉദാഹരണം :
আপুনি ইয়াৰ পৰা পোনে-পোনে যাৱক আৰু ডাকবঙলাৰ পৰা বাওঁ্ফালে যাব
അർത്ഥം : মধ্যস্থতা নোহোৱাকৈ
ഉദാഹരണം :
মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
പര്യായപദങ്ങൾ : চিধাকৈ, পোনপটীয়াকৈ