പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পৈতৃক എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পৈতৃক   বিশেষ্য

അർത്ഥം : পিতৃৰ বা পিতৃৰ পৰা লাভ কৰা সম্পত্তি

ഉദാഹരണം : চৰকাৰী সম্পত্তি কাৰোৰে পৈতৃক নহয়

পৈতৃক   বিশেষণ

അർത്ഥം : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা

ഉദാഹരണം : তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে

അർത്ഥം : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে

ഉദാഹരണം : তেওঁ বংশগত ্ৰোগত ভুগিছে

പര്യായപദങ്ങൾ : আনুবংশিক, বংশগত, বংশানুক্রমিক

അർത്ഥം : পিতা সম্বন্ধীয়

ഉദാഹരണം : আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ