അർത്ഥം : প্রবাহক হেলনীয়াৰ ফালে লৈ যোৱা
ഉദാഹരണം :
বান্ধৰ পানী নলাত পেলোৱা হয়
അർത്ഥം : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
ഉദാഹരണം :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
പര്യായപദങ്ങൾ : দলিওৱা, দলিয়া, নিক্ষেপ কৰা
അർത്ഥം : কোনো অন্যৰ দ্বাৰা পেলা
ഉദാഹരണം :
সম্পত্তি পাবৰ বাবে দুষ্ট পুতেকে নিজৰ দেউতাকক ছাদৰ পৰা পেলোৱালে
അർത്ഥം : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
ഉദാഹരണം :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
പര്യായപദങ്ങൾ : পেলাই দিয়া