അർത്ഥം : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
ഉദാഹരണം :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
പര്യായപദങ്ങൾ : দলিওৱা, নিক্ষেপ কৰা, ভৰোৱা
അർത്ഥം : কোনো বস্তু তললৈ পেলোৱা কার্য
ഉദാഹരണം :
লʼৰাটোৱে গাখীৰখিনি
അർത്ഥം : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
ഉദാഹരണം :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
പര്യായപദങ്ങൾ : পেলোৱা