അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বহুত খাব পৰা ব্যক্তি
ഉദാഹരണം : ৰামানন্দ বৰ খাইকহ, সি এবাৰত বহুত ভাত খাব পাৰে
പര്യായപദങ്ങൾ : খাইকহ, জীয়াভূত, ৰাক্ষহ
അർത്ഥം : ডাঙৰ পেটযুক্ত
ഉദാഹരണം : পেটুৱা সকলে নিয়মিত ব্যায়াম কৰিব লাগে
അർത്ഥം : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক
ഉദാഹരണം : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ
പര്യായപദങ്ങൾ : অতিভোজী, ঔদৰিক, খকুৱা
ഇൻസ്റ്റാൾ ചെയ്യുക