പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পেট എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পেট   বিশেষ্য

അർത്ഥം : কোনো বস্তুৰ মধ্য ভাগ

ഉദാഹരണം : গুল্লীৰ পেটটো মোটা আৰু মূৰ দুটা জোঙা

അർത്ഥം : ভোজন কৰা পদার্থ পেটৰ ভিতৰত একগোট হৈ থকা মোনাৰ দৰে অংশ

ഉദാഹരണം : অধিক মছলাযুক্ত আহাৰ খালে পেটৰ গণ্ডগোল হʼব পাৰে

പര്യായപദങ്ങൾ : আমাশয়, উদৰ

അർത്ഥം : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি

ഉദാഹരണം : মই সাতটা পেটক ভৰাব লাগে

പര്യായപദങ്ങൾ : মুখ

അർത്ഥം : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি

ഉദാഹരണം : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম

പര്യായപദങ്ങൾ : চিত্ত, মগজু, মন, মানস

അർത്ഥം : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : উদৰ, গর্ভ, জঠৰ

അർത്ഥം : ফুলি থকা পেটৰ আগবাঢ়ি থকা অংশ

ഉദാഹരണം : নিয়মিত ব্যায়াম কৰিলে পেট নোলায়

പര്യായപദങ്ങൾ : উদৰ