പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পৃথিৱী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পৃথিৱী   বিশেষ্য

അർത്ഥം : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

ഉദാഹരണം : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

പര്യായപദങ്ങൾ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি

അർത്ഥം : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

ഉദാഹരണം : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

പര്യായപദങ്ങൾ : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

അർത്ഥം : কোনো বস্তুৰ স্বৰূপ নির্ণয় কৰিব পৰা কাৰোবাৰ অনুভূতি

ഉദാഹരണം : তেওঁ নিজৰেই পৃথিৱীত বিভোৰ হৈ আছে

പര്യായപദങ്ങൾ : দুনিয়া

അർത്ഥം : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী

ഉദാഹരണം : ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে

പര്യായപദങ്ങൾ : অদিতি, ধৰিত্রী, ধৰিত্রী আই, ধৰিত্রী মাতা, বসুন্ধৰা