പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পৃথক হোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পৃথক হোৱা   ক্ৰিয়া

അർത്ഥം : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

ഉദാഹരണം : তেওঁ কংগ্রেছৰ পৰা ওলাল

പര്യായപദങ്ങൾ : ওলোৱা

അർത്ഥം : কোনো অংশত পৃথক পৃথক হোৱা

ഉദാഹരണം : স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল

പര്യായപദങ്ങൾ : বিভক্ত হোৱা

അർത്ഥം : মিলি বা লাগি বা যুক্ত হৈ থকা বস্তু আদি বেলেগ হোৱা

ഉദാഹരണം : কামিজৰ বুটামটো এৰাই গʼল কিতাপৰ পাতবোৰ এৰাবলৈ ধৰিছে জেকি যোৱা বাবে বেৰৰ চিমেন্টবোৰ এৰি গৈছে

പര്യായപദങ്ങൾ : এৰাই যোৱা, এৰি যোৱা, ওলাই যোৱা

അർത്ഥം : * সম্বন্ধ আদি নাইকিয়া হোৱা

ഉദാഹരണം : নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল

പര്യായപദങ്ങൾ : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা