അർത്ഥം : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
ഉദാഹരണം :
তেওঁ কংগ্রেছৰ পৰা ওলাল
പര്യായപദങ്ങൾ : ওলোৱা
അർത്ഥം : কোনো অংশত পৃথক পৃথক হোৱা
ഉദാഹരണം :
স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল
പര്യായപദങ്ങൾ : বিভক্ত হোৱা
അർത്ഥം : * সম্বন্ধ আদি নাইকিয়া হোৱা
ഉദാഹരണം :
নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল
പര്യായപദങ്ങൾ : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা