അർത്ഥം : সংকেত বা অনুমানেৰে কোনো বিষয় সম্বন্ধে কোৱা কার্য
ഉദാഹരണം :
অলপতে হোৱা প্রাকৃতিক ঘটনাৰ পূর্বানুমান কিছুমান বিশেষজ্ঞই আগতেই কৰিছিল
അർത്ഥം : প্রথমৰ পৰাই কৰা হোৱা অনুমান
ഉദാഹരണം :
এই বছৰ ভাল বৰষুণ হʼব বুলি পূর্বানুমান কৰা হৈছিল